Posts

কি ভুলৰ বাবে আপোনাৰ কিডনীত হয়?

Image
  কি ভুলৰ বাবে আপোনাৰ কিডনীত হয়? কিডনী পাথৰ বৰ সাংঘাটিক বিষ হয়। আমাৰ ওচৰত কেতিয়াবা ৰোগী আহে দেখি পাওঁ, না বঢ়িব  পাৰে না শুব পাৰে। ধৰফৰাই থাকে। বৰ বেয়া অৱস্থা হয়। যেতিয়া আমি বিষ নিৰাময় বাবে দৰব দিও সমস্যাতো নোহোৱা হয়। আৰু হৰ্থাৎ পুনৰ বিষৰ উতপত্তি হয়। কিছুমান মানুহৰটো দেখিবলৈ পাওঁ কিডনীৰ পাথৰ দৰৱ দিয়া পাছত পাথৰ প্ৰস্বাৱৰ সৈতে বাহিৰ হৈ যায়। তাৰ পাছত কিন্তু ৬ মাহ, ১ বছৰ পাছত পুনৰ একে সমস্যাকে লৈ আমাৰ ওচৰত আহে।   এনেকুৱা কি ভুল আমি কৰো যাৰ বাবে পুনৰ আমাৰ কীডনীত  পাথৰ জমা হয়।  আজি কথা পাতিম এনে ৬ টা ভুল কাম, যি বাৰে বাৰে আমাৰ কিডনীত পাথৰ জমা হোৱাত সহায় কৰে। যদি আপোনাৰ কিডনীৰ পাথৰৰ সমস্যা আছে, যদি আপোনি সঘনাই কিডনীত পাথৰ হোৱা সমস্যাত ভুগি থাকে, তেনে হলে এই ভিডিঅটো গুৰুত্ব সহকাৰে চাওক। কিডনীত পাথৰ কিয় হয়? আৰু ইমান যে প্ৰচণ্ড বিষ হয়। ইয়াৰ কাৰন কি? ইয়াৰ উপৰতো ইতিমধ্যে মোৰ চেনেলত ভিডিঅ আছে আপোনালোকে চাব পাৰে। কিডনীত  স্তন হলে কেনেধৰণৰ খাদ্য বৰ্জন কৰিব লাগে তাৰ ওপৰতো ভিডিঅ আছে ছাব পাৰিব। কিন্তু আজি ইয়াত কেৱল আমি কি ভুল কৰো  আমি যে বাৰে বাৰে কিডনী ষ্টনৰ স্বীকাৰ হও...

ট্ৰাইগ্লিচাৰাইড: ইয়াৰ গুৰুত্ব কিয় ? Triglycerides: Why do they matter?...

Image

hDissolve Gallstones Naturally: Natural Remedies and Tips. Dr Haris Well...

Image

হাৰ্ট এটেক আহাৰ আগতে প্ৰকাশ পোৱা ৮ লক্ষণঃ Dr Haris Well future

Image

এজমা বা হাঁপানি ৰোগৰ পৰা মুক্ত হবলৈ কি কি মেডিচিন খাব ? Dr Haris Well fu...

Image

কিডনী স্তন কেনেকৈ বাধা দিব?

  কিডনী ষ্টন কেনেকৈ বাধা দিব ?  আজিকালি মানুহৰ কিডনী সমস্যা ইমান দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ই সৰ্বসাধাৰণ মানুহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সমগ্ৰ বিশ্বৰ প্ৰায় ১২% মানুহ কিডনী পাথৰৰ সমস্যাত ভূক্ত ভুগী। উত্তৰভাৰতত ১৫% শতাংশ মানুহ কিডনী ষ্টনৰ সমস্যাৰ স্বীকাৰ হৈছে। মহিলাৰ তুলনাত পুৰুষ সকলৰ কিডনী পাথৰৰ সমস্যা অধিক হোৱা দেখা যায়। ৬% মহিলাৰ বিপৰীতে ১১% পুৰুষ কিডনী ষ্টনৰ সমস্যাত ভুগা দেখা যায়।  বহো সময়ত দেখা যায় বিভিন্ন কাৰণত মানুহৰ কিডনী পাথৰৰ সৃষ্টি হয় আৰু এইবোৰ প্ৰস্ৰাৱৰ ৰাস্তাৰে বাহিৰ হৈ যায়। কেতিয়াবা প্ৰস্ৰাৱথলী লৈ যোৱা নলী দাল যাক ইউৰেথৰ বুলি কোৱা হয়। কিডনী পৰা প্ৰস্ৰাৱ ইউৰিনেৰীব্লাডাৰ লৈ যোৱা নলী দালৰ মুখত অথবা নলী দালৰ মাজত কেতিয়াবা পাথৰ লাগি ধৰি নলীদাল পাতল হৈ যায় বা বহু সময়ত পাথৰ ব্লক হৈ কিডনীত বেক প্ৰেছাৰ সৃষ্টি কৰি কিডনীত পানী জমা হোৱা সমস্যা উদ্ভৱ হয় যাক আমি হাইড্ৰনেফ্ৰচিচ বুলি কওঁ। দীৰ্ঘদিন ধৰি এনে সমস্যা হৈ থাকি কেতিয়াবা কিডনীতো নষ্ট ( damage) হোৱা দেখা যায়। কিডনী পাথৰ কেইবা প্ৰকাৰৰো হয় । কিন্ত একেবাৰে কমন হ ' ল -কেলচিয়াম অকজিলেট। সাধাৰণতে ...

আপোনাৰ ইমিউনিটি কমিছেবুলি কেনেকৈ জানিব? Signs You Have a Weakened Immune...

Image

চিকিৎসাৰ নামত বহু নাৰ্চিংহোমত সৰ্বসাধাৰণ জনতাক ভয়খুৱাই লোন্থন কৰা হয়। US...

Image

আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?

Image
  আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ কেনেকুৱা ধৰণক আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হব পাৰে? ♦ আপোনাৰ যে পেটত ঘাঁ হৈছে আপোনি কেনেকৈ জানিব? আমাৰ ওচৰলৈ বহু ৰোগী আহে আৰু কয় আলচাৰ সমস্যাৰ পৰা তেখেঁতৰ ভয় হৈছে কাৰণ আলচাৰৰ পৰাইতো কেন্সাৰ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা এটা সাধাৰণ কথা আলচাৰ মানেই যেন কেন্সাৰ। ই এটা ভুল ধাৰণা। আলচাৰ দুই ধৰণৰ হয়ঃ আমাৰ পেটত দুই ধৰণৰ আলচাৰ হয় এক গেষ্ট্ৰিক আলচাৰ আৰু দ্বিতীয়টো ডিওডেনেল আলচাৰ। ডিওডেনেল আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা একেবাৰেই নাথাকে, কৰবাত .০০১ শতাংশহে কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। ৯৯.৯৯৯% কেন্সাৰ হোৱাৰ সম্ভাৱনা নাথাকে। গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত ভালদৰে চাবলগা হয়। কেতিয়াবা পৰীক্ষা কৰি চাবলগা হয় ই সাধাৰণ আলচাৰ নে? অথবা আলচাৰৰ দৰে ই গেষ্ট্ৰিক কেন্সাৰ। এনেকুৱা নহয় যে আলচাৰ কেন্সাৰলৈ ৰুপান্তৰ হৈছে। জলিংগাৰ এলিচাৰ চিণ্ডম নামৰ এক বেমাৰৰ বাবে কিন্তু কেতিয়াবা কেন্সাৰ হ’ব পাৰে। এই বেমাৰ হ’লে আমাৰ লিভাৰত টিউমাৰ হ’ব পাৰে বা পেনক্ৰিয়াচ, ক্ষুদ্ৰান্ত আদিত হব আৰু ইয়াৰ কাৰণে এচিড অধিক উৎপন্ন হব। ইয়াৰ বাবে জলিংগাৰ এলিচাৰ চিণ্ডম আৰম্ভ হব আৰু ই ...

ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী যষ্ঠিমধুৰ

Image
ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী যষ্ঠিমধুৰ হাজাৰ বছৰৰ আগৰে পৰাই আয়ুৰ্বেদে বহু প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰণৰবাবে ব্যৱহাৰ কৰি আহিছে যষ্ঠি মধু। এই যষ্ঠিমধু ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী। যষ্ঠিমধুৰ প্ৰয়োগেৰে বহু সমস্যাৰ পৰা উপষম পাব পাৰি। যষ্ঠিমধুৰ উপকাৰীতাঃ ক’ফ বা ডিঙিৰ বিষ জনিত যিকোনো সমস্যাৰ বাবে এই যষ্ঠিমধু বৰ উপকাৰী। ইয়াৰ উপৰি বুকুত জমা হোৱা জেপেতীয়া কফ পৰীস্কাৰ কৰাত সহায় কৰে। যষ্ঠিমধু ব্যৱহাৰ কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ লগতে এছিডিতিৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। উতলা পানীত যষ্ঠিমধু তিয়ায় ঠাণ্ডা কৰি সেই পানীত চেনি মিহলাই সেৱন কৰিলে এছিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। যষ্ঠিমধুৰ সেৱনে স্মৃতি শক্তি বৃদ্ধিতো সহায় কৰে। যষ্ঠিমধুৰ সৈতে গুৰ মিশ্ৰণ কৰি দৈনিক সেৱন কৰিলে স্মৃতি শক্তি বৃদ্ধি পায় বুলি আয়ুৰ্বেদাচাৰ্যসকলে সকলে মত পোষণ কৰিছে। লিভাৰৰ সুৰক্ষাৰ বাবেওঁ যষ্ঠিমধু ফলপসু । চালৰ বাবেও যষ্ঠিমধু উপযোগী। ঘিঁৰ সৈতে যষ্ঠিমধুৰ পেস্ত প্ৰস্তোত কৰি চালত প্ৰয়োগ কৰিলে চালখন উজ্জল আৰু মসৃণ হয়। চালত কোনো কাৰণত হোৱা দাগ গোচাবৰ বাবেও ঘিঁ আৰু যষ্ঠিমধুৰে তৈয়াৰি পেস্ত প্ৰয়োগ কৰি এই দাগৰ সমস্যাৰ পৰা পৰত্...

গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক

Image
  গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক গেষ্ট্ৰিক আলচাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। স্তমাক আলচাৰ বা gastric ulcer, duodenal and peptic ulcer, যিটো আমি সৰ্বসাধাৰণতে পেটৰ ঘাঁ বুলি কওঁ। ই এনে এক ভয়াৱহ সমস্যালৈ পৰিণত হৈছে, বৰ্তমান সময়ত আমাৰ দেশৰ ২৮.৮ শতাংশ মানুহে এই সমস্যাত ভুক্তভোগী। গতিকে এই সমস্যা জনজীবনৰ কাৰণে এক ভাবুকি স্বৰুপেই হৈ পৰিছে। সেইয়েহে আজি আমি কথা পাতিম পেটত ঘাঁহোৱাত বাধাদিয়া আৰু পেটত হোৱা ঘাঁ শুকুৱাবৰ বাবেসহায়ক হোৱা কেইবিধমান খাদ্যৰ বিষয়ে। লগতে নাখাবলগা কিছুমান খাদ্য যিবোৰে ঘাঁৰ বৃদ্ধিত সহায় কৰে তাৰ বিষয়েও আপোনালোকক জনাম। সাধাৰণতে আমাৰ পেটত যি ঘাঁ হয় সেয়া আমাৰ পাকস্থলি বা খাদ্যৰ ভৰালটোত বেছিকৈ হয়। এই ঘাঁ সাধাৰণতে তিনিতা কাৰণত হয়। যদি আমাৰ পাকস্থলীত বেছি এছিডিটি হয় তেতিয়া ই আমাৰ পাকস্থলীটোত ঘাঁ লগাব পাৰে। যদি আমাৰ পাকস্থলী বা খাদ্য নলীত বেক্টেৰীয়াৰ সংক্ৰমণ হয়,  যিতো আমি হেলিকবেক্টাৰ পাইলৰি বুলি কওঁ, এই বেক্টেৰীয়াৰ অধিক সংক্ৰমণৰ বাবেওঁ ঘাঁ হ’ব পাৰে। আৰু যদি আপোনি অত্যাধিক বিষ নাশক ঔষধ সেৱন কৰে তেতিয়াও ঘাঁ হ’ব পাৰে। আমি যিবোৰ বিষনাশক ঔষধ খাওঁ সেই বোৰে...

কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহকঃ

Image
  কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহকঃ কিডনী বৰ্তমান সময়ত কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই কিডনী ৰোগীৰ সংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হব ধৰিছে। ইয়াৰ মূল কাৰণ হল সমগ্ৰ বিশ্বত ভয়াৱহ ভাবে বৃদ্ধি হোৱা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ সংখ্যা। ২০১০ চনৰ এক সমীক্ষা অনুসৰি পৃথিৱীৰ আটাইতকৈ উন্নত ৰাষ্ট্ৰ আমেৰিকাত মুঠ জনসংখ্যাৰ ১০ শতাংশ লোক কিডনীৰ ৰোগত ভুক্তভোগী। এক নিৰ্ভৰযোগ্য সুত্ৰৰ তথ্য অনুসৰি বিগত ডেৰটা দশকত ভাৰতবৰ্ষত কিডনী ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। কিছুদিনৰ পূৰ্ব্বে ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ বিশেষজ্ঞসকলে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলে জনোৱা অনুসৰি বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতি এশজন ব্যক্তিৰ ১৭ জনেই কিডনীৰ ৰোগত ভুক্তভূগি। গতি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সঠিক আহাৰ গ্ৰহণ কৰাতো আত্যন্ত জৰুৰী হৈ পৰিছে। কিডনীৰ বা বৃক্কৰ কাম— মগজু, হৃদপিণ্ড যিদৰে মানৱদেহৰ গুৰুত্বপূৰ্ণ অংগ ঠিক তেনে দৰে কিডনী হ’ল মানৱ দেহৰ অতি লাগতিয়াল অংগ। প্ৰতিজন ব্যক্তিৰে দুটাকৈ কিডনী থাকে। এটা কিডনী প্ৰায় হাতৰ মুঠিটোৰ সমান হ’ব। এটা কিডনীৰ ওজন এজন পূণবয়স্ক লোকৰ প্ৰায় ১৬০ গ্ৰাম। বাওঁফালৰ কিডনীটো সোফালৰতোৰ ...

কেলচিয়ামৰ অভাবত শৰীৰত কি কি সমস্যা হব পাৰে? Dr Haris Well future

Image

স্তন কেন্সাৰ কিয় হয়? স্তন কেন্সাৰৰ চিকিৎসা। Dr Haris Well future

Image

স্তন কেন্সাৰ কিয় হয়? স্তন কেন্সাৰৰ চিকিৎসা। Dr Haris Well future

Image

স্তন কেন্সাৰ কিয় হয়? স্তন কেন্সাৰৰ চিকিৎসা। Dr Haris Well future

Image

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

  ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি বা দাহ-ৰোগ সাধাৰণতে ভৰিৰ স্নায়ু বিলাকৰ শেষ প্ৰান্ত অঞ্চল আঘাটপ্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হোৱাৰ ফলত মানুহৰ ভৰিৰ জ্বলন পোৰণ বা জিনজিননিযুক্ত ৰোগৰ সৃষ্টি হব পাৰে যাক ইংৰাজীত Neuropathy বুলি কোৱা হয় ।যদিও বহুতো স্বাস্থ্য সম্বন্ধীয় ৰোগ বা সমস্যাৰ ফলত ভৰিৰ জ্বলন পোৰণযুক্ত ৰোগৰ সৃষ্টি হব পাৰে তথাপি ডায়েবেটিছ হ'ল এই সমস্যাটোৰ সৃষ্টিকাৰী স্বাস্থ্য সম্পৰ্কীয় সমস্যা বিলাকৰ ভিতৰত প্ৰধান। ভৰিৰ জ্বলন পোৰণ বা জিনজিননি সমস্যা সৃষ্টিকাৰী কাৰণ সমূহ :- Neuropathy বা স্নায়ুৰ শেষ প্ৰান্ত অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ ফলতেই এই সমস্যাৰ সৃষ্টি হয়। ক্ষতিগ্ৰস্ত বা ধ্বংসপ্ৰাপ্ত স্নায়ু বিলাক দৰকাৰতকৈ বেছি সক্ৰিয় কিন্তু নিজৰ কাৰ্য্য সম্পাদন কৰাত অপাৰগ হ'লে এনে সমস্যাৰ সৃষ্টি হয়। বেছিভাগ ক্ষেত্ৰতেই Neuropathy যুক্ত ৰোগীৰ ভৰিৰ স্নায়ু বিলাক প্ৰথমে ক্ষতিগ্ৰস্ত হয় আৰু তেনে লোকৰ ভৰিৰ জিনজিননি বা অৱশতা ইত্যাদি লক্ষণ দেখা দিয়ে। বহুতো লোকে অভিযোগ কৰে যে তেওঁলোকৰ ভৰিবিলাক খুব সংবেদনশীল হয় আৰু কম বা বেছি পৰিমাণে জ্বলন যুক্ত বিষ অনুভৱ কৰে। কিছুমানে খোজ কাঢ়িবলৈকেও অপাৰগ হয়। ডায়েবেটিছ বা মদ্যপা...

আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি!

আত্ম হত্যা কিয় কৰে ! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি ! বৰ্তমান সময়ত প্ৰত্যাহ্বান স্বৰুপ হৈ পৰা এটা সমাজিক ব্যাধি আত্ম হত্যা! অৰ্থাত আত্ম হনন স্ব হত্যা। কিয় সংকটজনক ভাৱে বৃদ্ধি হৈ গৈছে এনে ধৰণৰ হতাস, যাৰ বাবে বাঢ়িছে আত্মহত্যাৰ প্ৰৱনতা। ইয়াৰ বাবে কোন জগৰীয়া, কেনে দৰে ইয়াক আমি ৰোধ কৰিব পাৰিম। এই সকলোবোৰ বিষয়ে আজি আমি আলোচনা কৰিম। আজি কেইমাহমানৰ আগতে ঢকুৱাখানা মহকুমাৰ এখন মহাবিদ্যালয়ৰ এজন ছাত্ৰই শিক্ষকে প্ৰদান কৰা এক লঘু দণ্ডৰ পৰিপেক্ষিতত আত্ম হননৰ পথ বাছি ললে। কেই দিন মানৰ আগত এগৰাকী যুৱতীয়ে নিজৰ পেমাস্পদৰ আত্ম হত্যাৰ পৰিপেক্ষিতত নিজেও ৰেলৰ আগত জপিয়াই আত্ম হত্যা কৰিলে। পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰি এগৰাকীয়ে কৰিলে স্ব হত্যা! থিক একেদৰে জনপ্ৰিয় অভিনতা সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত সহায়কে আত্ম হত্যা কৰা চাৰিদিনৰ পিছতেই প্ৰতিশ্ৰুতি সম্পন্ন বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতেও চিৰদিনৰল বাবে নোমোৱাই পেলালে নিজৰ জীৱনৰ জ্যোতি। এই খবৰ বোৰে নিশ্চত ভাৱে সভ্য সমাজৰ মানুহ বোৰক এবাৰ হলেও ভাৱিবলৈ বাধ্য কৰাইছে। কিয় এই হতাশা! কিয় এই কঠোৰ সিদ্ধান্ত! কিমান মানসিক আঘাট পালে, কিমান হত...

টিকটকে ধংস কৰিছে ছাত্ৰ-ছাত্ৰীৰ জীৱন! মেটিক, হাইয়াৰ চেকেণ্ডাৰী পাছকৰি কি ...

Image

আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি!

Image
আত্ম হত্যা কিয় কৰে ! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি ! বৰ্তমান সময়ত প্ৰত্যাহ্বান স্বৰুপ হৈ পৰা এটা সমাজিক ব্যাধি আত্ম হত্যা! অৰ্থাত আত্ম হনন স্ব হত্যা। কিয় সংকজনক ভাৱে বৃদ্ধি হৈ গৈছে এনে ধৰনৰ হতাস যাৰ বাবে বাঢ়িছে আত্মহত্যাৰ প্ৰৱনতা। ইয়াৰ বাবে কোন জগৰীয়া। কেনে দৰে ইয়াক আমি ৰোধ কৰিব পাৰিম। এই সকলো বোৰ বিষয়ে আজি আমি আলেছনা কৰিম। আজি কেইমাহমানৰ আগত ঢকুৱাখানা মহকুমাৰ এখন মহাবিদ্যালয়ৰ এজন ছাত্ৰই শিক্ষকা প্ৰদান কৰা এক লঘু দণ্ডৰ পৰিপেক্ষিতত আত্ম হননৰ পথ বাছি ললে। কেই দিন মানৰ আগত এগৰাকী যুৱতীয়ে নিজৰ পেমাস্পদৰ আত্ম হত্যাৰ পৰিপেক্ষিত নিজেও ৰেলৰ আগত জপিয়াই আত্ম হত্যা কৰিলে, পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰি এগৰাকীয়ে কৰিলে স্বহত্যা, থিক একেদৰে জনপ্ৰিয় অভিনতা সুশান সং ৰাজপুতৰ ব্যক্তিগত সহায়কৰ আত্ম হত্যা চাৰিদিনৰ পিছতেই প্ৰতিশ্ৰুতি সম্পন্ন বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিংৰাজপুতেও চিৰদিনৰল বাবে নোমোৱাই পেলালে নিজৰ জীৱনৰ জ্যোতি। এই খবৰ বোৰ নিশ্চত ভাৱে সভ্য সমাজৰ মানুহ বোৰক এবাৰ হলেও ভাৱিবলৈ বাধ্য কৰাইছে। কিয় এই হতাশা, কিয় এই কঠোৰ সিদ্ধান্ত! কিমান মানসিক আঘাট পালে, কিমান হতাশাই আৱৰি ধৰি...