ভিটামিন চি কত কিমান পোৱা যায়

ভিটামিন চি কত কিমান পোৱা যায়


আমাৰ শৰীৰক পুষ্টিযোগানৰ বাবে ভিটামিন অত্যাৱস্যকীয়। বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি শৰীৰটোক নিৰোগী কৰি ৰাখিবৰ বাবে অন্যান্য ভিটামিন সমূহৰ লগতে প্ৰয়োজন হয় ভিটামিন-চি।
এজন প্ৰাপ্ত বয়স্কৰ ব্যক্তিক দৈনিক ৫০ মিলি গ্ৰাম ভিটামিন-চি প্ৰয়োজন হয়। শিশুক ৩০-৫০ মিলি গ্ৰাম আৰু পসুতি মাতৃক ৮০ মিলি গ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। 

গতিকে প্ৰাকৃতিক ভাবে কত কিমান চি ভিটামিন পোৱাযায় জানো আহক।

(১) প্ৰতি ১০০ গ্ৰাম আমলখিত-৬০০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(২) প্ৰতি ১০০ গ্ৰাম নেমুটেঙাত -৬৩ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৩) মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰাম মধুৰিয়ামত - ২০০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৪)প্ৰতি ১০০ গ্ৰাম বিলাহীত - ২৫-২৭ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৫)প্ৰতি ১০০ গ্ৰাম সুমথিৰাত -৩০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।


শাক-পাচলি

(১)প্ৰতি১০০ গ্ৰাম লাইশাকত-২৮ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(২)প্ৰতি ১০০ গ্ৰাম বন্ধাকবিত -১২৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৩)প্ৰতি ১০০ গ্ৰাম ফুলকবিত -৫৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৪)প্ৰতি ১০০ গ্ৰাম বেঙেনাত -১০-১২মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৫)প্ৰতি ১০০ গ্ৰাম পিয়াঁজচত -১০ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৬)প্ৰতি ১০০ গ্ৰাম মূলাত ১৫ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(৭)প্ৰতি ১০০ গ্ৰাম আলুত -১৫-১৭ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।
(গ)প্ৰতি ১০০ গ্ৰাম গাজ ওলোৱা মাহজাতীয় শস্যত ১৫-১৬ মিলি গ্ৰাম ভিটামিন চি পোৱাযায়।


Comments

Popular posts from this blog

ভৰিত হোৱা জ্বলন পোৰণ বা জিনজিননি

মুখৰ উজ্জলতা বৃদ্ধি কৰাৰ উপায়।

চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়?