Posts
চিকিৎসাৰ নামত বহু নাৰ্চিংহোমত সৰ্বসাধাৰণ জনতাক ভয়খুৱাই লোন্থন কৰা হয়। US...
- Get link
- X
- Other Apps
আলচাৰৰ পৰা কেন্সাৰ হয় নেকি?
- Get link
- X
- Other Apps
আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ আলচাৰৰ পৰা কেন্সাৰ হয় নেকি? ♦ কেনেকুৱা ধৰণক আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হব পাৰে? ♦ আপোনাৰ যে পেটত ঘাঁ হৈছে আপোনি কেনেকৈ জানিব? আমাৰ ওচৰলৈ বহু ৰোগী আহে আৰু কয় আলচাৰ সমস্যাৰ পৰা তেখেঁতৰ ভয় হৈছে কাৰণ আলচাৰৰ পৰাইতো কেন্সাৰ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা এটা সাধাৰণ কথা আলচাৰ মানেই যেন কেন্সাৰ। ই এটা ভুল ধাৰণা। আলচাৰ দুই ধৰণৰ হয়ঃ আমাৰ পেটত দুই ধৰণৰ আলচাৰ হয় এক গেষ্ট্ৰিক আলচাৰ আৰু দ্বিতীয়টো ডিওডেনেল আলচাৰ। ডিওডেনেল আলচাৰ কেন্সাৰলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা একেবাৰেই নাথাকে, কৰবাত .০০১ শতাংশহে কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। ৯৯.৯৯৯% কেন্সাৰ হোৱাৰ সম্ভাৱনা নাথাকে। গেষ্ট্ৰিক আলচাৰৰ ক্ষেত্ৰত ভালদৰে চাবলগা হয়। কেতিয়াবা পৰীক্ষা কৰি চাবলগা হয় ই সাধাৰণ আলচাৰ নে? অথবা আলচাৰৰ দৰে ই গেষ্ট্ৰিক কেন্সাৰ। এনেকুৱা নহয় যে আলচাৰ কেন্সাৰলৈ ৰুপান্তৰ হৈছে। জলিংগাৰ এলিচাৰ চিণ্ডম নামৰ এক বেমাৰৰ বাবে কিন্তু কেতিয়াবা কেন্সাৰ হ’ব পাৰে। এই বেমাৰ হ’লে আমাৰ লিভাৰত টিউমাৰ হ’ব পাৰে বা পেনক্ৰিয়াচ, ক্ষুদ্ৰান্ত আদিত হব আৰু ইয়াৰ কাৰণে এচিড অধিক উৎপন্ন হব। ইয়াৰ বাবে জলিংগাৰ এলিচাৰ চিণ্ডম আৰম্ভ হব আৰু ই ...
ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী যষ্ঠিমধুৰ
- Get link
- X
- Other Apps
ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী যষ্ঠিমধুৰ হাজাৰ বছৰৰ আগৰে পৰাই আয়ুৰ্বেদে বহু প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰণৰবাবে ব্যৱহাৰ কৰি আহিছে যষ্ঠি মধু। এই যষ্ঠিমধু ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী। যষ্ঠিমধুৰ প্ৰয়োগেৰে বহু সমস্যাৰ পৰা উপষম পাব পাৰি। যষ্ঠিমধুৰ উপকাৰীতাঃ ক’ফ বা ডিঙিৰ বিষ জনিত যিকোনো সমস্যাৰ বাবে এই যষ্ঠিমধু বৰ উপকাৰী। ইয়াৰ উপৰি বুকুত জমা হোৱা জেপেতীয়া কফ পৰীস্কাৰ কৰাত সহায় কৰে। যষ্ঠিমধু ব্যৱহাৰ কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ লগতে এছিডিতিৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি। উতলা পানীত যষ্ঠিমধু তিয়ায় ঠাণ্ডা কৰি সেই পানীত চেনি মিহলাই সেৱন কৰিলে এছিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। যষ্ঠিমধুৰ সেৱনে স্মৃতি শক্তি বৃদ্ধিতো সহায় কৰে। যষ্ঠিমধুৰ সৈতে গুৰ মিশ্ৰণ কৰি দৈনিক সেৱন কৰিলে স্মৃতি শক্তি বৃদ্ধি পায় বুলি আয়ুৰ্বেদাচাৰ্যসকলে সকলে মত পোষণ কৰিছে। লিভাৰৰ সুৰক্ষাৰ বাবেওঁ যষ্ঠিমধু ফলপসু । চালৰ বাবেও যষ্ঠিমধু উপযোগী। ঘিঁৰ সৈতে যষ্ঠিমধুৰ পেস্ত প্ৰস্তোত কৰি চালত প্ৰয়োগ কৰিলে চালখন উজ্জল আৰু মসৃণ হয়। চালত কোনো কাৰণত হোৱা দাগ গোচাবৰ বাবেও ঘিঁ আৰু যষ্ঠিমধুৰে তৈয়াৰি পেস্ত প্ৰয়োগ কৰি এই দাগৰ সমস্যাৰ পৰা পৰত্...
গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক
- Get link
- X
- Other Apps
গেষ্ট্ৰিক আলচাৰ বা পেটৰ ঘাঁ হলে কি খাব, কি নাখাব জানো আহক গেষ্ট্ৰিক আলচাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। স্তমাক আলচাৰ বা gastric ulcer, duodenal and peptic ulcer, যিটো আমি সৰ্বসাধাৰণতে পেটৰ ঘাঁ বুলি কওঁ। ই এনে এক ভয়াৱহ সমস্যালৈ পৰিণত হৈছে, বৰ্তমান সময়ত আমাৰ দেশৰ ২৮.৮ শতাংশ মানুহে এই সমস্যাত ভুক্তভোগী। গতিকে এই সমস্যা জনজীবনৰ কাৰণে এক ভাবুকি স্বৰুপেই হৈ পৰিছে। সেইয়েহে আজি আমি কথা পাতিম পেটত ঘাঁহোৱাত বাধাদিয়া আৰু পেটত হোৱা ঘাঁ শুকুৱাবৰ বাবেসহায়ক হোৱা কেইবিধমান খাদ্যৰ বিষয়ে। লগতে নাখাবলগা কিছুমান খাদ্য যিবোৰে ঘাঁৰ বৃদ্ধিত সহায় কৰে তাৰ বিষয়েও আপোনালোকক জনাম। সাধাৰণতে আমাৰ পেটত যি ঘাঁ হয় সেয়া আমাৰ পাকস্থলি বা খাদ্যৰ ভৰালটোত বেছিকৈ হয়। এই ঘাঁ সাধাৰণতে তিনিতা কাৰণত হয়। যদি আমাৰ পাকস্থলীত বেছি এছিডিটি হয় তেতিয়া ই আমাৰ পাকস্থলীটোত ঘাঁ লগাব পাৰে। যদি আমাৰ পাকস্থলী বা খাদ্য নলীত বেক্টেৰীয়াৰ সংক্ৰমণ হয়, যিতো আমি হেলিকবেক্টাৰ পাইলৰি বুলি কওঁ, এই বেক্টেৰীয়াৰ অধিক সংক্ৰমণৰ বাবেওঁ ঘাঁ হ’ব পাৰে। আৰু যদি আপোনি অত্যাধিক বিষ নাশক ঔষধ সেৱন কৰে তেতিয়াও ঘাঁ হ’ব পাৰে। আমি যিবোৰ বিষনাশক ঔষধ খাওঁ সেই বোৰে...
কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহকঃ
- Get link
- X
- Other Apps
কিডনী ৰোগীয়ে কি খাব কি নাখাব জানো আহকঃ কিডনী বৰ্তমান সময়ত কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই কিডনী ৰোগীৰ সংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হব ধৰিছে। ইয়াৰ মূল কাৰণ হল সমগ্ৰ বিশ্বত ভয়াৱহ ভাবে বৃদ্ধি হোৱা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ সংখ্যা। ২০১০ চনৰ এক সমীক্ষা অনুসৰি পৃথিৱীৰ আটাইতকৈ উন্নত ৰাষ্ট্ৰ আমেৰিকাত মুঠ জনসংখ্যাৰ ১০ শতাংশ লোক কিডনীৰ ৰোগত ভুক্তভোগী। এক নিৰ্ভৰযোগ্য সুত্ৰৰ তথ্য অনুসৰি বিগত ডেৰটা দশকত ভাৰতবৰ্ষত কিডনী ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। কিছুদিনৰ পূৰ্ব্বে ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ বিশেষজ্ঞসকলে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলে জনোৱা অনুসৰি বৰ্তমান ভাৰতবৰ্ষৰ প্ৰতি এশজন ব্যক্তিৰ ১৭ জনেই কিডনীৰ ৰোগত ভুক্তভূগি। গতি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সঠিক আহাৰ গ্ৰহণ কৰাতো আত্যন্ত জৰুৰী হৈ পৰিছে। কিডনীৰ বা বৃক্কৰ কাম— মগজু, হৃদপিণ্ড যিদৰে মানৱদেহৰ গুৰুত্বপূৰ্ণ অংগ ঠিক তেনে দৰে কিডনী হ’ল মানৱ দেহৰ অতি লাগতিয়াল অংগ। প্ৰতিজন ব্যক্তিৰে দুটাকৈ কিডনী থাকে। এটা কিডনী প্ৰায় হাতৰ মুঠিটোৰ সমান হ’ব। এটা কিডনীৰ ওজন এজন পূণবয়স্ক লোকৰ প্ৰায় ১৬০ গ্ৰাম। বাওঁফালৰ কিডনীটো সোফালৰতোৰ ...
কেলচিয়ামৰ অভাবত শৰীৰত কি কি সমস্যা হব পাৰে? Dr Haris Well future
- Get link
- X
- Other Apps