Posts

কেনেকৈ নিৰোগী হৈ থাকিবঃ

Image
কেনেকৈ নিৰোগী হৈ থাকিবঃ জী ৱন কালত আমি সদায় নিৰোগী হৈ থাকিবৰ বাবে খোৱা খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াতো অত্যন্ত জৰুৰী। কাৰণ আমি খোৱা বিভিন্ন খাদ্যৰ পৰাই আমাৰ দেহে প্ৰয়োজনীয় ভিন্ন ভিন্ন ভিটামিন লাভ কৰে। লগতে আমি সঠিক সময়ত খাদ্য সঠিক পৰিমানে খোৱাৰ উপৰতো গুৰুত্ব প্ৰদান কৰাতো অতি জৰুৰী। আপোনালোকে হয়তো দেখিছে এনেকুৱা কিছুমান মানুহ আছে যি জীৱন কালত কেতিয়াও মাদক, দব্য বা মদ, ভাং, বিৰি, চিগাৰেট সেৱন কৰা নাই। আৰু বাহিৰৰ হোটেলত খাদ্য খালে স্বাস্থ্য়ৰ ক্ষতি হব বুলি কেতিয়াও বাহিৰত খাদ্য গ্ৰহন নকৰে যদিও কিন্তু সেই সকলৰ কেতিয়াবা গুৰুত্ব ৰোগ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ একমাত্ৰ কাৰণ হল সময় মতে খাদ্য গ্ৰহন নকৰা বা খাদ্য খোৱা পাছত কিছুমান নিয়ম পালন নকৰা। আমি সকলোৱে জানো যে শৰীৰত ভিটামিনৰ অভাৱ পূৰনৰ বাবে  বিভিন্ন ধৰণৰ শাক পাচলি, ফল-মূল, গাখীৰ আদি খাব লাগে। এই বোৰ আমি নিয়মিত খোৱাৰ পাছতো কিন্তু প্ৰতি দুজনৰ ভিতৰত এজন ব্যক্তিৰ অৰ্থাত ৫০ শতাংশ মানুহৰ দেহত ভিটামিন, আইৰণ, কেলচিয়াম আদি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পোষণৰ অভাৱত ভূগিব লগা হৈছে। কাৰণ বহুলোকে খাদ্য খোৱা পাছত এনে কিছুমান কাম কৰে যাৰ বাবে খাদ্য ভালদৰে ...

চ’ৰিয়াচিছ

Image
চ ’ৰিয়াচিছ আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত অতি ব্যাপক ভাবে দেখাদিয়া এটা গুৰুত্বপূৰ্ণ সমস্যা চ’ৰিয়াচিছ, এবাৰ যদি এই বেমাৰ কেনেবাকৈ হবলৈ হয় তেনেহলে গোটেই জীৱন পিছ এৰিবই নুখুজে! চিকিৎসা কৰি কৰি ৰোগী ভাগৰী পৰে। আজি আপোনালোকক কম চ’ৰিয়াচিছ কি? ইয়াৰ কাৰণ কি? ইয়াৰ লক্ষণ আৰু প্ৰকাৰৰ বিষয়েও আপোনালোকক কম। শেহতীয়াকৈ চলোৱা এক অধ্যয়নত প্ৰকাশপোৱা অনুসৰি কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেএ ৮ মিলিয়নতকৈও বেছি মানুহ এই চ’ৰিয়াচিছ ৰোগত আক্ৰান্ত। সমগ্ৰ বিশ্বৰ প্ৰায় ১২৫ মিলিয়ন লোক এই চ’ৰিয়াচিছৰ সমস্যাত ভূক্ত ভুগী। অৰ্থাত মুঠ জনসংখ্যাৰ ৩ শতাংশ লোকৰ এই চ’ৰিয়াচিছৰ সমস্যা আছে। চ’ৰিয়াচিছ ৰোগৰ কাৰণ কি? এই ৰোগৰ সঠিক কাৰণ কি বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চ’ৰিয়াচিছক auto Immune ডিজিজৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। Auto Immune ডিজিজ কি ইয়াক জানিবলৈ প্ৰথম আমি আমাৰ দেহৰ এন্টিবডি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কি তাক জানিব লাগিব। আমাৰ শৰীৰত যি ৰোগ প্ৰতিৰোধী ক্ষমতা বা এন্টিবডি আছে, এইবোৰে আমাৰ শৰীৰত হানিকাৰক উপাদান যেনে- বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু যাক Antigen বুলি কওঁ, এই Antigen বোৰ শৰীৰত প্ৰৱেশ কৰিলে তাৎক্ষণিক...

লকডাউন শিঠিল ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা! ভয়াৱহ হৈছে কৰোনাৰ সংক্ৰ...

Image

চীনত সুস্থহৈ ওঠা লোকৰ দেহত ৫০-৬০ দিনৰ পিছত পুনৰ উলাইছে কৰোনাভাইৰাছ! WHOৰ...

Image

কৰোনাভাইৰাছত পোৱাগৈছে HIV ৰ বীজাণু! নবেল বিজয়ী বিজ্ঞানীৰ ঘোষণা। WUHAN ত ...

Image

শ্মশনত পৰিণত আমেৰিকাৰ নিউয়ৰ্ক! কৰোনাৰপৰা বাছিবনে ভাৰত? স্পেইনত দূৰ্ভগীয়া...

Image

নিৰব ঘাটক উচ্চ ৰক্তচাপ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাঃ

নিৰব ঘাটক উচ্চ ৰক্তচাপ আৰু ইয়াৰ হোমিঅপেথিক চিকিৎসাঃ নিৰব ঘাটক বুলি এই কাৰণেই কব খুজিছো-এজন ব্যক্তি, কেইমূহুৰ্ত মানৰ আগলৈকে সকলো ঠিকেই আছিল। মানুহৰ লগত কথাবতৰা পাতি হাঁহি ধেমালি কৰি আছিল, সকলো কাম সুকলমে কৰি আছিল, মূহুৰ্তৰ পাছতেই মানুহজন পৰিগল আৰু লগে লগে দেহৰ এটা অংশ পেৰেলাইচ বা জঠৰ হৈ গল আৰু পৰিয়ালৰ লাগিল হাহাকাৰ।       দ্ৰুত আধুনীকৰণৰ লগে লগে পৰিৱৰ্তিত জীৱনশৈলিয়ে সৃস্টি কৰা এক ভয়াৱহ সমস্যা উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰোক বা পেৰালিইচিচ। মানুহৰ ব্যস্ততাপূৰ্ণ জীৱন ধাৰণৰ লগে লগে বৃদ্ধি হোৱা মানসিক উদ্বেগ,   ভয়-শংকা আৰু প্ৰদুষিত পৰিবেশত জীৱন যাপন, অখাদ্য গ্ৰহণ আদি কাৰণত দিনক দিনে   নিৰব ঘাটক ৰুপী উচ্চ ৰক্তচাপৰ সমস্যাই ব্যাপক ৰুপ ধাৰণ কৰিছে। ইয়াৰ লগে লগে ষ্ট্ৰোক বা পেৰেলাইচিচত আক্ৰান্ত ৰোগীৰ সংখ্যও দিনক দিনে বৃদ্ধি হব ধৰিছে। গতিকে আজি আলোচনা কৰিম এই উচ্চৰক্তচাপ কি, ইয়াৰ কাৰণ কি, কোন এই উচ্চৰক্তচাপত ভুগাৰ সম্ভাৱনা বেছি থাকে, লগতে ইয়াৰ হোমিঅপেথিক মেডিচিনৰ বিষয়েও আলোচনা কৰিম, যিবোৰ গ্ৰহণকৰি কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকে ৰক্ৰ চাপ নিয়ন্ত্ৰন কৰিব পাৰিব। এজন ব...