Posts
Showing posts from June, 2020
আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি!
- Get link
- X
- Other Apps
আত্ম হত্যা কিয় কৰে ! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি ! বৰ্তমান সময়ত প্ৰত্যাহ্বান স্বৰুপ হৈ পৰা এটা সমাজিক ব্যাধি আত্ম হত্যা! অৰ্থাত আত্ম হনন স্ব হত্যা। কিয় সংকজনক ভাৱে বৃদ্ধি হৈ গৈছে এনে ধৰনৰ হতাস যাৰ বাবে বাঢ়িছে আত্মহত্যাৰ প্ৰৱনতা। ইয়াৰ বাবে কোন জগৰীয়া। কেনে দৰে ইয়াক আমি ৰোধ কৰিব পাৰিম। এই সকলো বোৰ বিষয়ে আজি আমি আলেছনা কৰিম। আজি কেইমাহমানৰ আগত ঢকুৱাখানা মহকুমাৰ এখন মহাবিদ্যালয়ৰ এজন ছাত্ৰই শিক্ষকা প্ৰদান কৰা এক লঘু দণ্ডৰ পৰিপেক্ষিতত আত্ম হননৰ পথ বাছি ললে। কেই দিন মানৰ আগত এগৰাকী যুৱতীয়ে নিজৰ পেমাস্পদৰ আত্ম হত্যাৰ পৰিপেক্ষিত নিজেও ৰেলৰ আগত জপিয়াই আত্ম হত্যা কৰিলে, পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰি এগৰাকীয়ে কৰিলে স্বহত্যা, থিক একেদৰে জনপ্ৰিয় অভিনতা সুশান সং ৰাজপুতৰ ব্যক্তিগত সহায়কৰ আত্ম হত্যা চাৰিদিনৰ পিছতেই প্ৰতিশ্ৰুতি সম্পন্ন বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিংৰাজপুতেও চিৰদিনৰল বাবে নোমোৱাই পেলালে নিজৰ জীৱনৰ জ্যোতি। এই খবৰ বোৰ নিশ্চত ভাৱে সভ্য সমাজৰ মানুহ বোৰক এবাৰ হলেও ভাৱিবলৈ বাধ্য কৰাইছে। কিয় এই হতাশা, কিয় এই কঠোৰ সিদ্ধান্ত! কিমান মানসিক আঘাট পালে, কিমান হতাশাই আৱৰি ধৰি...
14 anti-diabetic vegetable
- Get link
- X
- Other Apps
14 anti-diabetic vegetable আজি আমি আলোচনা কৰিম কেইবিধমান শাক-পাচলিৰ বিষয়ে, যি কোনোধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰনত যথেষ্ট সহায়ক হব। কাৰন ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ ক্ষেত্ৰত যিহেতু বিশেষ শতৰ্কতা অৱলম্বন কৰাতো জৰুৰী। আমাৰ বাৰীত এনেকুৱা কিছুমান সহজতে পোৱা শাক-পাছলি আছে যিবোৰ গ্ৰহণ কৰি কোনোধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰন কৰাৰ লগতে কোষ্ঠকাঠিন্য, গেছ, এছিডিটি, বদহজম, কিডনিৰ বিভিন্ন সমস্যা, হৃদৰোগ, কেন্সাৰ আদিৰ দৰে গুৰুতৰ ৰোগৰ পৰা হাতসাৰি থাকিব পৰা যায়। গতিকে আমি এই শাক পাচলি বোৰৰ বিষয়ে আলোচনাকৰিম। (১) মেথিঃ মেথি অত্যন্ত উপকাৰী। মেথী শাক চবজি বনাই খাব পাৰে অথবা ভালদৰে ধুই চালাদ বনাই খাব পাৰে। মেথি কেঁচা পিঁয়াজ, জলকীয়া, আদা আদিৰ সৈতে কেঁচাকৈ খাব পাৰে। খাবলৈও ভাল হয়। কিন্তু বৰ্তমান যিহেতু কৰোনা সংক্ৰমন চলি আছে গতিকে চালাদ খোৱাতকৈ চবজি বনাই খাব। মেথিত বিভিন্ন প্ৰকাৰৰ এমাইন এচিড, ফেটি এচিড, ভিটামিন খনিজ আদি উপাদান থাকে। মেথিয়ে ডায়েবেটিছ, কেন্সাৰ আদি ৰোগ প্ৰতিৰোধ কৰে লগতে মেথি শাকত এন্টিঅক্সিজেন উপাদান থাকে। মেথিত soluble fibre থাকে, ই হজমী শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ কাৰ...