জলফাইঃ
জলফাইঃ জলফাইয়ে হাৰ্টৰ বেমাৰ আৰু কেন্সাৰ প্ৰতিৰোধ কৰে! ⇒ জলফাই ⇒ জলফাইৰ পৰিপুষ্টি গুণ ⇒ জলফাই উপকাৰিতা জলফাই তেঙা, প্ৰচুৰ আঁহ সমৃদ্ধ এবিধ সৰু ফল জলফাই। জলফাই নিয়মিত খালে খাদ্য হজম হোৱাত সহায় কৰে, লগতে জলফাইয়ে আমাৰ পাকস্থলি, ক্ষুদ্ৰান্ত, বৃহদান্ত আৰু কলন কেন্সাৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।জলফাইৰ তেলও স্বাস্থ্যৰ পক্ষে অত্যন্ত উপকাৰী।জলফাই আচাৰ কৰি খোৱাতকৈ কেঁছাকৈ খালেহে ইয়াৰ পৰা বেছিকৈ পৰিপুষ্টি পোৱা যায়। জলফাইৰ পুষ্টিগুণঃ জলফাই ভিটামিন চিৰ ভাল উৎস।জলফাই খনিজ, ভিটামিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ। প্ৰতি ১০০ গ্ৰাম জলফাইত ১১৫-১৪৫ কিলোকেলৰি, ১১-১৫ % শৰ্কৰা, ৭৫-৮০% পানী, ৪-৬ % কাৰ্বহাইড্ৰেট, ৫৯ মিলিগ্ৰাম কেলচিয়াম আৰু ১৩ মিলিগ্ৰাম ভিটিমিন-চি থাকে। জলফাই উপকাৰীতাঃ ১) জলফাই তেলত ফেটিএচিড আৰু এনিটিঅক্সিডেন্ট থকাৰ বাবে আমাৰ চুলি আৰু চালৰ বাবে অত্যন্ত উপকাৰী। জলফাই তেলে চুলিৰ গুৰি মজবুট কৰি চুলি সৰাত বাধা দিয়ে। জলফাইত থকা ভিটামিন ই এ আমাৰ চাল উজ্বল আৰু মসিন কৰে। ২) জলফাই তেল নিয়মিত সেৱন কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা কমে।হাড়ৰ ক্ষয় ৰোধ কৰে। ৩) নিয়মিত ...